Posted inদেশ-বিদেশ

KGF2: ”ৰকী ভাই”ক চাই ষ্টাইলত চিগাৰেট সেৱন কিশোৰৰ, ভৰ্তি কৰা হ’ল হাস্পতালত

নিউজ ডেস্কঃ ভাৰতৰ ছবি জগতত প্ৰতি বছৰে শতাধিক চলচ্চিত্ৰ নিৰ্মাণ কৰা হয়। ছবিসমূহ হিট হৈ যোৱাৰ পাছত সেই ফিল্মৰ বিশেষ কিছুমান সংলাপ বা নৃত্য দৰ্শকসকলেও ব্যৱহাৰ কৰে। বৰ্তমান সময়ত অৱশ্যে ভাৰতত বলিউডতকৈ দক্ষিণ ভাৰতৰ ছবিসমূহে অধিক উপাৰ্জন কৰাৰ লগতে অভিলাখো গঢ়িছে আৰু সমগ্ৰ দেশৰ দৰ্শকৰ হৃদয়তে এক বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু মাজে-মধ্যে […]