নিউজ ডেস্কঃ ‘ৱাৰিছ পাঞ্জাব দে’ৰ মগজু হিচাপে খ্যাত পাপলপ্ৰীত সিঙক সোমবাৰে পঞ্জাৱৰ হোচিয়াৰপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। অমৃতপাল সিঙৰ ঘনিষ্ঠ সহযোগী পাপলপ্ৰীতক পঞ্জাৱ আৰক্ষী আৰু দিল্লী আৰক্ষীৰ এক যুটীয়া অভিযানত গ্ৰেপ্তাৰ কৰা হৈছিল য’ত ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ (এন এছ এ) শাখাও জড়িত আছে। শেহতীয়াকৈ সামাজিক মাধ্যমত অমৃতপাল সিঙৰ বিভিন্ন ফটো ভাইৰেল হোৱাৰ সময়ত তেওঁৰ […]