Posted inঅসম

ডিব্ৰুগড় কাৰাগাৰলৈ আন এজন খালিস্তানীক স্থানান্তৰ

নিউজ ডেস্কঃ পঞ্জাব আৰক্ষীয়ে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ আৰু এজন খালিস্তানীক আজি স্থানান্তৰ কৰে। পুৱা প্ৰায় ৭ মান বজাত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ অনা হয় খালিস্তান সমৰ্থনকাৰী জনক। এইবাৰ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ স্থানান্তৰ কৰা খালিস্তানী গৰাকী ৱাৰিজ পঞ্জাব দে ৰ প্ৰধান অমৃত পাল সিঙৰ সম্বন্ধীয়। অম়ৃত পাল সিঙৰ খুৰাক হৰজিৎ সিঙকেই আজি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ স্থানান্তৰ […]