নিউজ ডেস্ক- আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ৰ পূৰ্বে ‘কেন্দ্ৰীয় যোগাযোগ ব্যুৰো’(চিবিচি)ৰ ‘গুৱাহাটী আঞ্চলিক কাৰ্যালয়’য়ে আজিৰে পৰা খানাপাৰাৰ কেন্দ্ৰীয় বিদ্যালয়ত তিনিদিনীয়া ফটো প্ৰদৰ্শনী আৰু সজাগতা কাৰ্যসূচীৰ আয়োজন কৰে। এই প্ৰদৰ্শনীৰ উদ্দেশ্য হৈছে যুৱসমাজৰ মাজত তেওঁলোকৰ দৈনন্দিন জীৱনত যোগৰবহু গুণসম্পন্ন উপকাৰিতাসমূহৰ বিষয়ে সচেনতাৰ সৃষ্টি কৰা। প্ৰদৰ্শনীখনত যোগ আৰু ইয়াৰ উৎপত্তিৰ সম্পৰ্কীয় ৪০টাতকৈয়ো অধিক পেনেল, উত্তৰ-পূৰ্বাঞ্চলৰ স্বাধীনতা সংগ্ৰামী আৰু ৯ বছৰীয়া সেৱা, সুশাসন আৰু দৰিদ্ৰ কল্যাণৰ বিভিন্ন আলোকচিত্ৰ প্ৰদৰ্শন কৰা হৈছে। প্ৰদৰ্শনীখন উদ্বোধন […]