নিউজ ডেস্ক- খাৰঘুলি অঞ্চলত সংঘটিত হোৱা দুৰ্ঘটনাক লৈ ক্ষতিপূৰণ ঘোষণা ৰাজ্য চৰকাৰৰ। আজি দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মহনে আহি ঘটনাস্থলীত উপস্থিত হয় আৰু ক্ষয় ক্ষতিৰ বুজ লোৱাৰ লগতে প্ৰতিটো দিশ পৰ্যালোচনা কৰি এই জল বিস্ফোৰণ ফলত ক্ষতি গ্ৰস্ত হোৱা পৰিয়ালৰ সৈতে মত বিনিময় কৰে। ৰাজ্য চৰকাৰে দুৰ্ঘটনাত মৃত্যু হোৱা পৰিয়াললৈ ২লাখ টকা আৰু আহত হোৱা লোকসকললৈ […]