Posted inঅসম

লাভলীনা বৰগোহাঁইলৈ দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা

নিউজ ডেস্ক : লাভলীনা বৰগোহাঁইলৈ আগবঢ়োৱা হ’ল দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান খেলৰত্ন। এইবাৰ লাভলীনাৰ সৈতে মুঠ ১২ গৰাকী খৈলুৱৈয়ে লাভ কৰিছে মেজৰ ধ্যান চান্দ খেলৰত্ন সন্মান। কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে ঘোষণা কৰা ২০২১ বৰ্ষৰ ক্ৰীড়া বটাৰ তালিকাত লাভলীনাই স্থান লাভ কৰিছে। উল্লেখযোগ্য যে দেশৰ এই সৰ্বোচ্চ ক্ৰীড়া সন্মান লাভ কৰা লাভলীনা হৈছে প্ৰথম […]