খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ মুজেমত চাঞ্চল্যকৰ ঘটনা। চোৰাং কাঠৰ ব্যৱসায়ীয়ে কাঢ়ি নিলে খেৰণি বন বিভাগৰ অধীনত কৰ্মৰত হোম গাৰ্ডৰ বন্দুক। যোৱা নিশাৰে পৰা বনদস্যু তথা কাঠ চোৰৰ বিৰুদ্ধে খেৰণি বন বিভাগে চলাইছিল অভিযান। অভিযানৰ সময়তে শুকুৰবাৰে দিনৰ প্ৰায় ১০ বজাত চোৰাং কাঠৰ ব্যৱসায়ীয়ে আক্ৰমণ কৰি কাঢ়ি নিয়ে হোম গাৰ্ড বিদ্যাছিং ৰংপিৰ বন্দুক। লগতে পঢ়কঃমাৰ্ঘেৰিটাৰ লিডুত […]