Posted inঅসম

খেৰনিত ক্ৰমাৎ ভয়াবহ ৰূপ ধাৰণ কৰিছে হাতী-মানুহৰ সংঘাত

খেৰনি : খেৰনিত বনৰীয়া হাতীৰ তাণ্ডৱ। বনৰীয়া হাতীৰ তাণ্ডৱে নিদ্ৰা হৰিছে খেৰনিবাসী ৰাইজৰ। অঞ্চলটোত দিনক দিনে অধিক ভয়াবহ ৰূপ ধাৰণ কৰিছে হাতী-মানুহৰ সংঘাত। হাতী মানুহৰ সংঘাতে ক্ৰমাৎ ভয়াবহ ৰূপ লৈছে পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰনিত। দীৰ্ঘদিন ধৰি অঞ্চলটোত বনৰীয়া হাতীৰ তাণ্ডৱ অব্যাহত থকাৰ ফলত অঞ্চলবাসী ৰাইজে উজাগৰী নিশা কটাব লগীয়া হৈছে। বন বিভাগে বনৰীয়া হাতীৰ […]