ক্ষেত্ৰী : মহানগৰী গুৱাহাটীৰ কাষৰীয়া ক্ষেত্ৰীত ভয়ংকৰ পথ দুর্ঘটনা। দুখন ট্ৰাকৰ মাজত সংঘৰ্ষ। এই ভয়ংকৰ পথ দুর্ঘটনাত নিহত দুজনকৈ লোক। দেওবাৰে নিশাৰ ভাগত মহানগৰী গুৱাহাটীৰ কাষৰীয়া ক্ষেত্ৰীত এক ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হয়। এখন ট্ৰাকত পিছ ফালৰ পৰা আন এখন ট্ৰাকে খুন্দা মৰাত দুজন লোক নিহত হয়। ক্ষেত্ৰীৰ বিজয়া নাৰ্চৰীৰ সন্মুখত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই […]
Tag: Khetri
Posted inঅসম