কমাৰগাঁও, চন্দন বৰাঃ গোলাঘাট জিলাৰ খুমটাই আৰক্ষীচকীৰ অন্তগৰ্ত বগৰিয়নীত ২৮ জুন তাৰিখে এক ভয়ংকৰ ৰেল দুৰ্ঘটনাৰ পৰা সাহসিকতাৰে তিনিজন যুৱকে ৰক্ষা কৰাত ৰাজ্যজুৰি বিভিন্নজনে যুৱক তিনিজনক আদৰণি জনায়। শুকুৰবাৰে খুমটাই ৰাজহ চক্ৰৰ কাৰ্যালয়ত তিনিজন যুৱকক সাংবাদিক, সচেতন ব্যক্তিৰ উপস্থিতিত চক্ৰ বিষয়া তনবীৰ ইউছুফ আহমেদ বিশেষ ভাৱে সম্বৰ্ধনা জনায়। উল্লেখ্য যে, ২৮ জুন তাৰিখে পুৱা নিজ সন্তানক […]