Posted inঅসম

এটি কিশোৰৰ মৃত্যুক কেন্দ্ৰ কৰি খুমটাইত তীব্ৰ প্ৰতিবাদ

গোলাঘাটঃ খুমটাইৰ সমীপৱৰ্তী ৰঙাগড়াত প্ৰতিবাদ। মঙলবাৰে এটা পোহনীয়া হাতীৰ গচকত মৃত্যু‌ হৈছিল এগৰাকী ১২ বছৰীয়া কিশোৰৰ । জানিব পৰা মতে, ৰঙাগড়াৰ ৰত ভুই নামৰ লোকজনৰ একমাত্ৰ সন্তান বিশাল ভুইক জোৰ কৰি হাতীৰ পিঠিত উঠিবলৈ লৈ গৈছিল হাতীটোৰ অনভিজ্ঞ মাউতজনে। কাজিৰঙাৰ জীৱন বৰুৱা নামৰ লোকজনৰ হাতীটো যোৱা ৬ মাহৰ পৰা ৰাখিছিল ৰঙাগড়াৰ শহুৰেক হেমকান্ত দাস নামৰ […]