Posted inঅসম

ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিক বক্সিং খেলুৱৈৰ মৃত্যু

গোৰেশ্বৰঃ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিক বক্সিং খেলত অংশগ্ৰহণ কৰি ঘৰলৈ ওভতাৰ পথত মৃত্যু গোৰেশ্বৰৰ খেলুৱৈ দানচৌৰাং নাৰ্জাৰীৰ(১৯) । গোৱাৰ পৰা ৰেলগাড়ীৰে ওভতি আহি থকা অৱস্থাত খেলুৱৈ জন আক্ৰান্ত হৈছিল ডায়েৰীয়াত । তাৎক্ষণিকভাৱে অন্ধপ্ৰদেশৰ গোদাবৰী ৰেল ষ্টেচনত নমাই চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছিল খেলুৱৈজনক। কিন্তু দুৰ্ভাগ্যযনকভাৱে চিকিৎসালয়ত মৃত্যু হয় দানচোৰাং নাৰ্জাৰীৰ। গোৱাত অনুষ্ঠিত ৱাকো ইণ্ডিয়া কিক্ বক্সিং চেম্পিয়নশ্বিপত […]