গুৱাহাটীঃ “মোৰ ছোৱালীজনীক ঘূৰাই দিয়ক৷ তাইক টিউচন কৰিবলৈ যাওঁতে ল’ৰা এটাই জোৰ জবৰদস্তি উঠাই লৈ গৈছে৷” কন্যাক বিচাৰি মাতৃৰ হিয়া ভগা কান্দোন ৷ কামপুৰত দিনদুপৰতে সন্ধানহীন হৈছে এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী। টিউচন কৰিবলৈ গৈ ঘৰলৈ ঘূৰি নাহিল সুস্মিতা দাস নামৰ কিশোৰীগৰাকী। ঘটনা অনুসৰি যোৱা দেওবাৰে বিয়লি দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীগৰাকীয়ে প্ৰতিদিনৰ দৰেই টিউচনলৈ গৈছিল৷ টিউচন […]
Tag: Kidnap
Posted inঅসম
হোজাইত কিশোৰী অপহৰণ কাণ্ড
Posted inঅসম