Posted inঅসম

কিডনী ব্যৱসায় কাণ্ডৰ মূল অভিযুক্ত প্লাবন বৰঠাকুৰৰ জামিন নাকচ

কিডনী ব্যৱসায় কাণ্ডৰ মূল অভিযুক্ত প্লাবন বৰঠাকুৰৰ জামিন নাকচ। জামিন নাকচ কৰা হৈছে আন এজন অভিযুক্ত মিতু দাসৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰিছে এই দুজন অভিযুক্তৰ জামিন। দুয়োৰে বিৰুদ্ধে উপযুক্ত তথ্য থকাৰ বাবেই জামিন নাকচ কৰিছে ন্যায়ালয়ে। ন্যায়ালয়ত চৰকাৰী পক্ষৰ হৈ যুক্তি দৰ্শাই মাখন ফুকনে। ৰাজ্য কপোৱা কিডনী ব্যৱসায় কাণ্ডৰ ঘটনা পোহৰলৈ আহিছিল মৰিগাঁও জিলাত […]