Posted inদেশ-বিদেশ

ছচিয়েল মিডিয়াত চৰ্চিত টাঞ্জেনিয়াৰ  কিলি প’লক ভাৰতীয় উচ্চায়ুক্তৰ সম্বৰ্ধনা

নিউজ ডেস্কঃ কিছুদিন পূৰ্বে বলীউদৰ জনপ্ৰিয় ‘শ্বেৰশ্বাহ’ চিনেমাখনৰ ‘ৰাতা লাম্বিয়া’ গীতটিৰ এটা ৰীল ভিডিঅ’ ছচিয়েল মিডিয়াত খুবেই ভাইৰেল হোৱা দেখা গৈছিল। গীতটোত টাঞ্জেনিয়াৰ এজন যুৱকক ভগ্নীৰ সৈতে দেখা গৈছিল। ভাৰতীয় সংগীতৰ প্ৰেমত পৰা টাঞ্জেনিয়াৰ কিলি প’ল নামৰ যুৱকজনে তেওঁৰ ভগ্নী নীমা প’লৰ সৈতে বলীউদৰ বহুকেইটা গীতত তেওঁৰ ইনষ্টাগ্ৰামত ৰীল আপল’ড কৰি লাখ লাখ ভাৰতীয়ৰ হৃদয় জয় […]