নিউজ ডেস্কঃ বৰ্তমান মডেল, অভিনেত্ৰী কিম কাৰ্দাচিয়ান অষ্ট্ৰেলিয়া ভ্ৰমণত ব্যস্ত আছে। প্ৰেমিক পিট ডেভিডছনৰ সৈতে অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়তে অভিনেত্ৰীগৰাকীয়ে ইটালীৰ এখন ৰেষ্টোৰাত নৈশ আহাৰ গ্ৰহণ কৰিছিল। মডেল, অভিনেত্ৰীগৰাকীয়ে ৰেষ্টোৰাখনৰ খাদ্যৰ নামত বিল পৰিশোধ কৰিছিল ৫৭৬ ইউ ইছ ডলাৰ অর্থাৎ ভাৰতীয় মুদ্ৰাত ৪৬হাজাৰ টকা। কিমে বিল পৰিশোধ কৰাই নহয় তেওঁক সেৱা আগবঢ়োৱা ৱেইটাৰ জনৰ সেৱাত সন্তুষ্ট […]