Posted inNews

১,০২১ কোটি টকা ব্যয়ৰে ৰজা চাৰ্লছ তৃতীয়ৰ ৰাজ্যাভিষেক

নিউজ ডেস্ক: মহাৰাণী এলিজাবেথ দ্বিতীয়ৰ মৃত্যুৰ আঠ মাহ পিচত শনিবাৰে অৰ্থাৎ কালিলৈ অনুষ্ঠিত হ’বলৈ গৈ আছে ইংলেণ্ডৰ নতুন ৰজা চাৰ্লছৰ ৰাজ্যাভিষেক। ৱেষ্টমিনষ্টাৰ এবেত অনুষ্ঠিত হ’বলীয়া এক ধৰ্মীয় অনুষ্ঠানত আনুষ্ঠানিকভাৱে ৭৪ বছৰীয়া চাৰ্লছ তৃতীয় আৰু তেওঁৰ পত্নী কেমিলাক ৰাজমুকুট পৰিধান কৰোৱা হ’ব। জানিব পৰা অনুসৰি, এই ৰাজ্যাভিষেকৰ বাবে সকলো ব্যয় ব্ৰিটিছ চৰকাৰে বহন কৰিব। এই ব্যয়ৰ […]