নিউজ ডেস্কঃ অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ টেংগাম চেলিন কয়ুৰ শিৰত জিলিকিল এই বৰ্ষৰ ”কিং ফিছাৰ মিছ অৰুণাচল২০২১”ৰ মুকুট। প্ৰতিযোগিতাখনৰ প্ৰথম আৰু দ্বিতীয় ৰাণাৰ্ছ আপৰ খিতাপ অৰ্জন কৰে ক্ৰমে ৰিয়া ৰিবা আৰু হিবু আবয়াঙে। ৩এপ্ৰিলত পাচিঘাট আউটড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল সৌন্দৰ্য প্ৰতিযোগিতাখনিৰ গ্ৰেণ্ড ফিনালে। এই অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত আছিল অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী প্ৰেমা […]