আধাৰৰ সৈতে ভোটাৰ কাৰ্ডৰ সংযোগ বাধ্যতামূলক নহয় ভোটাৰ পৰিচয় পত্ৰৰ সৈতে আধাৰ কাৰ্ড সংযোগ কৰাটো বাধ্যতামূলক হয় নে নহয় তাকেলৈ যোৱা কিছুদিন ধৰি চিন্তাত আছিল নাগৰিকসকল। কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে শুকুৰবাৰে সংসদত এই সন্দৰ্ভত ৩ গৰাকী সাংসদৰ প্ৰশ্নৰ স্পষ্ট উত্তৰ দিছিল। কেন্দ্ৰীয় আইন মন্ত্ৰীৰ মতে, ভোটাৰ পৰিচয় পত্ৰৰ সৈতে আধাৰ সংযোগ কৰাটো ভোটাৰসকলৰ ইচ্ছাৰ […]