শিৱসাগৰ : নিয়াৰ আদালতৰ পৰা দোষমুক্ত হোৱাৰ পিছতে কৃষক নেতা তথা অখিল গগৈক দেখিবলৈ পোৱা গৈছে এক অন্য ৰূপত। নিজ সমষ্টিত উপস্থিত হৈ সমষ্টিবাসীৰ লগত মত-বিনিময় কৰি সমষ্টিৰ বিভিন্ন সমস্যাৰ বুজ লৈছে অখিল গগৈয়ে। শিৱসাগৰৰ বিধায়ক গৰাকীয়ে সমষ্টিৰ ঐতিহাসিক স্থানসমূহ পৰিদৰ্শন কৰাৰ লগতে শিৱসাগৰৰ সমস্যা সমূহ সমাধান কৰাৰ বাবে আগুৱাই অহা পৰিলক্ষিত হৈছে। বৃহস্পতিবাৰে এই […]
Tag: KMSS leader Akhil Gogoi
Posted inঅসম