Posted inঅসম

লখিমপুৰত মূল্য বৃদ্ধি হ্ৰাসৰ দাবীত কৃষক মুক্তি সংগ্রাম সমিতিৰ প্ৰতিবাদ

লখিমপুৰঃ মূল্যবৃদ্ধি হ্ৰাসৰ দাবীত লখিমপুৰত উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত কৃষক মুক্তি সংগ্রাম সমিতিৰ প্ৰতিবাদ। পেট্র’ল, ডিজেলৰ পৰা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘট কৰি মূল্য বৃদ্ধি হ্ৰাস নকৰিলে সংগঠনটোৱে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্রীক শান্তিৰে থাকিবলৈ নিদিয়ে বুলি হুংকাৰ দিয়ে। লগতে পঢ়কঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কিক বক্সিং খেলুৱৈৰ মৃত্যু হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্রী হোৱাৰ দিন ধৰি অসমত অৰাজক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ […]