Posted inঅসম

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শ্বহীদ প্ৰণৱ বড়োৰ আজি নৱম মৃত্যুবাৰ্ষিকী

আজিৰ পৰা ৯ বছৰ পূৰ্বে জনতা ভৱনৰ সন্মুখত সংঘটিত হৈছিল এক অভিশপ্ত ঘটনা। থলুৱাক ভূমি পট্টা প্ৰদানৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে চলোৱা আন্দোলনত আত্মজাহ দি শ্বহীদ হৈছিল প্ৰণৱ বড়ো।কিন্তু আজিও ন্যায় নাপালে প্ৰণৱ বড়োৱে। জানিব পৰা মতে, মৃত্যুবাৰ্ষিকীৰ দিনটোত প্ৰণৱ বড়োৰ প্ৰতিচ্ছবি লৈ শুকুৰবাৰে গুৱাহাটী মহানগৰীৰ চচলৰ প্ৰতিবাদস্থলীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে হাতে হাতে […]