Posted inNews

উচ্ছেদৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

গুৱাহাটী : উচ্ছেদৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ। উচ্ছেদিত লোকে পুনৰ সংস্থাপন নোপোৱা পৰ্যন্ত চলিব প্ৰতিবাদ। প্রতিবাদস্থলী শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ। চৰকাৰক তীব্ৰ আক্ৰমণ প্ৰতিবাদকাৰীৰ। চচলস্থিত ধৰ্ণা স্থলীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী। শিলসাঁকো বিলত প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানৰ বিৰুদ্ধে কৃষক মুক্তি সমগ্ৰাম সমিতিয়ে ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰাখিছে। সোমবাৰে শিলসাঁকো বিলৰ পৰা […]