মঙলদৈ, প্ৰবীণ বৰুৱা: ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ শাসনাধিষ্ঠ বিজেপি নেতৃত্বাধীন চৰকাৰে গ্ৰহণ কৰা স্থিতিক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে কোঁচ ৰাজবংশী সন্মিলনীয়ে। মঙলবাৰে মঙলদৈত এক সংবাদমেল অনুষ্ঠিত কৰি সংগঠনটোৱে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত বুধবাৰে চৰকাৰৰ সৈতে হ’বলগীয়া আলোচনাত অংশ নলয় জানিবলৈ দিয়ে। তদুপৰি চৰকাৰে কোচ ৰাজবংশী সকলকৰ মতামতক গুৰুত্ব প্ৰদান নকৰিলে আগন্তুক নিৰ্বাচনত কোঁচ ৰাজবংশী […]