Posted inঅসম

কোকৰাঝাৰ সদৰ আৰক্ষী থানাত হাজিৰ কৰোৱা হ’ল জিগনেছ মেৱানীক

নিউজ ডেস্ক: অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা গুজৰাটৰ বডগাম বিধানসভা সমষ্টিৰ বিধায়ক জিগনেছ মেৱানীক কোকৰাঝাৰ সদৰ আৰক্ষী থানাত হাজিৰ কৰোৱা হয়। উল্লেখযোগ্য যে দলিত নেতা গৰাকীয়ে দিয়া এটা টুইটকলৈ কোকৰাঝাৰৰ এজন লোকে ৰুজু কৰা এজাহাৰৰ ভিত্তিত অসম আৰক্ষীয়ে বুধবাৰে নিশা তেওঁক গুজৰাটৰ পালানপুৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। বিধায়ক গৰাকীৰ বিৰুদ্ধে কোকৰাঝাৰ সদৰ থানাত IT Act আৰু ভাৰতীয় […]