নিউজ ডেস্কঃ নতুনকৈ আত্মপ্ৰকাশ হোৱা “গ্ৰেটাৰ কোচবিহাৰ লিবাৰেচন অর্গেনাইজেচন” ছজন সন্দেহজনক সদস্যক আৰক্ষীয়ে আটক কৰে। কোকৰঝাৰ জিলাৰ উপ-আৰক্ষী অধীক্ষক ভাস্কৰ ওজাৰ নেতৃত্বত আৰক্ষীৰ এটি দলে মঙলবাৰে নিশা(২১.০২.২০২৩) বিভিন্ন স্থানৰ পৰা সদস্য কেইজনক আটক কৰে। আৰক্ষীয়ে আটক কৰা ৬ জন সদস্য ক্ৰমে গৌতম ৰায়, অভিজিৎ বশিষ্ঠ, সঞ্জীৱ ৰায়, মনোজ বৰ্মন, উত্তম ৰায় আৰু দ্বীপেশ ৰায় । […]