Posted inঅসম

কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ

কোকৰাঝাৰ : কোকৰাঝাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অহা ৩ বছৰৰ ভিতৰত কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ক উন্নীতকৰণ কৰা হ’ব বিশ্ববিদ্যালয় হিচাপে আৰু অহা দুবছৰত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ আন এটা শাখা আৰম্ভ কৰা হ’ব ওদালগুৰিত বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ। বিটিআৰৰ বৰ্ষপূৰ্তি উপলক্ষে অনুষ্ঠিত হোৱা অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ আন […]