নিউজ ডেস্ক– ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ নিয়োগ সঞ্চালকালয়ৰ অধীনত গুৱাহাটীৰ অনুসূচিত জাতি-জনজাতিৰ বাবে ৰাষ্ট্ৰীয় কেৰিয়াৰ সেৱা কেন্দ্ৰ (এন চি এছ চি)ৰ উদ্যোগত নিয়োগ একচেঞ্জত পঞ্জীয়নভুক্ত অনুসূচিত জাতি-জনজাতিৰ চাকৰি প্ৰাৰ্থীসকলৰ বাবে ছটা বিনামূলীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰাৰ্থীসকলক মাহেকীয়া ষ্টাইপেণ্ড ১০০০ টকাকৈ প্ৰদান কৰা হব। তলত উল্লেখ কৰা কাৰ্যসূচীসমূহৰ বাৰ […]
Tag: kokrajhar
Posted inঅসম