কলিয়াবৰ : কলিয়াবৰত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ। জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ৫ কোটি টকা। কলিয়াবৰ আৰক্ষীৰ অভিযানত জব্দ ড্ৰাগছখিনি। কলিয়াবৰত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীৰ অভিযানত এজন ড্ৰাগছ সৰবৰাহকাৰীও গ্ৰেপ্তাৰ হৈছে। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই আৰক্ষীয়ে ড্ৰাগছখিনি জব্দ কৰে। জানিব পৰা মাতে লাহৰিজানৰ পৰা ৩৭ […]