অৱশেষত কলকাতাত বুধবাৰে গ্ৰেপ্তাৰ হ’ল বুদ্ধিজীৱি গৰ্গ চেটাৰ্জী। স্বৰ্গদেও চাওলুং চুকাফাৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত কলকাতা আৰক্ষীয়ে গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰি কলকাতাৰ আদালতত হাজিৰ কৰে ।