নিউজ ডেস্ক: আজি ডিব্ৰুগড়ৰ পৰা ইণ্ডিগ’ বিমানেৰে কলকতালৈ লৈ নিয়া হ’ল ফাইজান আহমেদৰ মৃতদেহ। ১২ বজাৰ পূৰ্বে ডিব্ৰুগড় বিমানবন্দৰৰ পৰা ইণ্ডিগ’ বিমানেৰে লৈ যোৱা হ’ল মৃতদেহটো । ফাইজানৰ মৃতদেহৰ সৈতে পিতৃ-মাতৃ আৰু খড়গপুৰ সদৰ আৰক্ষী থানাৰ পৰিদৰ্শক আৰু আন তিনি আৰক্ষী বিষয়াও লগত গৈছে। কলকাতা হাই ক’ৰ্টৰ নিৰ্দেশত মৰ্মে দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষা সম্পন্ন হ’ব ফাইজানৰ। […]