Posted inনিৰ্বাচন ২০২১

পশ্চিমবংগত আজি অন্তিম পৰ্যায়ৰ ৩৫ টা সমষ্টিত ভোটগ্ৰহন

আজি পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে পশ্চিমবংগৰ অন্তিম তথা অষ্টম পৰ্যায়ৰ ভোটগ্ৰহণ ৷ ৰাজ্যখনৰ মুঠ ৮ টা পৰ্যায়ত ২৯৪ টা বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া ৷ অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণত ৩৫ টা বিধানসভা সমষ্টিত ৮,৪৯,৩,২৫৫ গৰাকী ভোটাৰে মুঠ ২৮৫ গৰাকী প্ৰাৰ্থীৰ পৰা ভাগ্য নিৰ্ণয় কৰিব ৷ মুঠ ৩৫ টা সমষ্টিৰ ভিতৰত ১১ […]