গুৱাহাটী : ভাৰতীয় মাইক্ৰ’ ব্ল’গিং প্লেটফ’ৰ্ম koo-এ এপটোত অসমীয়াত লিখিব পৰা সুবিধা আৰম্ভ কৰিছে। মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এপটোত অসমীয়া ভাষাত প্ৰথমটো বাৰ্তা দিয়ে। নিজৰ বাৰ্তাত মুখ্য মন্ত্ৰীয়ে কয়, ‘মই koo এপত জইন কৰাৰ পিছতে প্লেটফৰ্মটোৱে অসমীয়া ভাষাত এপটো আৰম্ভ কৰাত মই যথেষ্ট আনন্দিত হৈছো। এপটোৱে অসমৰ মানুহক নিজৰ মাতৃভাষাত মত প্ৰকাশৰ সুবিধা […]