খেৰণিঃ পশ্চিম কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় সীমান্ত চামটানত ৩ প্ৰাক্তন কে পি এল টি সদস্যক আটক। জিলাখনৰ জিৰিকিন্দেং আৰক্ষী থানাৰ অন্তৰ্গত মুকৌলুমত স্থানীয় লোকক ধন দাবী কৰিছিল সদস্যদ্বয়ে। বিশেষ খবৰৰ ভিত্তিত বৃহস্পতিবাৰে গাঁওখনৰ গাঁওবুঢ়া ঘৰৰ পৰা আৰক্ষীয়ে আটক কৰে সদস্য কেইগৰাকীক। এই ধন দাবীত ঘটনাত গাঁওবুঢ়ায়ো জড়িত বুলি জানিব পৰা গৈছে। লগতে পঢ়কঃজামুগুৰিহাটত মানৱ সৰবৰাহকাৰী […]