নিউজ ডেস্ক: মণিপুৰত শাম কটা নাই হিংসাৰ দাবানল। মণিপুৰৰ বিষ্ণুপুৰ জিলাত বৃহস্পতিবাৰে নিৰাপত্তা বাহিনী আৰু সন্দেহযুক্ত কুকি উগ্ৰপন্থীৰ মাজত হোৱা গুলীচালনাত মণিপুৰ আৰক্ষীৰ এজন কমাণ্ডো নিহত হোৱাৰ লগতে আন ৫ জন আহত হয়। বিষ্ণুপুৰ জিলাত সন্দেহযুক্ত কুকি উগ্ৰপন্থীয়ে তেওঁলোকৰ দলটোক এম্বুছ কৰাৰ ফলত কনিষ্টবল এইচ জিতেনৰ মৃত্যু হোৱাৰ লগতে আন পাঁচজন আৰক্ষী আহত হয় বুলি […]