Posted inদেশ-বিদেশ

আফগানিস্তানত ভয়ংকৰ বোমা বিস্ফোৰণ: মৃত্যু৫০জনৰো অধিক

নিউজ ডেস্কঃ আফগানিস্তানৰ কুন্দুজ চহৰত শুকুৰবাৰে ভয়ংকৰ বোমা বিস্ফোৰণ সংঘটিত হয়। কুন্দুজৰ চৈয়দ আবাদ অঞ্চলৰ এটা মছজিদৰ প্ৰৱেশ দ্বাৰতে বোমাটো বিস্ফোৰণ হয়। মছজিদটোত নামাজ চলি থকাৰ সময়ত বিস্ফোৰণটো সংঘটিত হৈছিল। বিস্ফোৰণত প্ৰায় ৫০জন লোক নিহত হোৱাৰ উপৰিও প্ৰায় ৬০জনৰো অধিক লোক আহত হৈছে। মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। ঘটনাটো সংঘটিত হোৱাৰ সময়ত মছজিদটোত […]