সোণাৰিঃ জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাসক চৰাইদেউ পৰ্যটন ক্ষেত্ৰৰ ব্ৰেণ্ড এম্বেছেদৰ নিয়োজিত কৰা হৈছে। দীৰ্ঘদিন ধৰি পৰিত্যক্ত অৱস্থাত থকা চৰাইদেউ দেওশালক উদ্ধাৰ কৰাৰ পাছত প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে এই দায়িত্ব অৰ্পন কৰা হৈছে কণ্ঠশিল্পীগৰাকীক। চৰাইদেউ আমাৰ গৌৰৱ নামৰ স্বেচ্ছাসেৱী সংগঠনে গ্ৰহণ কৰিছে এই পদক্ষেপ। ইফালে এই দায়িত্ব গ্ৰহণ কৰা পাছত চৰাইদেউ দেওশালৰ লগতে চৰাইদেউ মৈদাম ক্ষেত্ৰক […]