নিউজ ডেস্ক: অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সোতৰ শতিকাৰ বীৰ লাচিত বৰফুকনৰ কাহিনী প্ৰচাৰ আৰু চৰ্চাৰ বাবে পদক্ষেপ গ্ৰহণৰ পাছত এইবাৰ ভাৰতৰ এজন বিশ্ববিখ্যাত চলচ্চিত্ৰৰ কাহিনী লেখক, চলচ্চিত্ৰ পৰিচালক অসমৰ এই সেনাপতিজনৰ প্ৰেমত পৰিছে। ‘আৰ আৰ আৰ’ তথা ‘বাহুবলী’ৰ কাহিনী লেখক তথা ৰাজ্য সভাৰ সাংসদ ভি বিজয়েন্দ্র প্রসাদে লাচিতৰ কাহিনীৰে ৰচনা কৰিছে এখন উপন্যাস – […]
Tag: Lachit Borphukan
Posted inঅসম