Posted inঅসম

লাচিত বৰফুকনলৈ শ্ৰদ্ধাঞ্জলি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

নিউজ ডেস্ক : লাচিত দিৱস উপলক্ষে লাচিত বৰফুকনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধান মন্ত্ৰীয়ে টুইটাৰত অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাত বীৰ যোদ্ধা গৰাকীলৈ শ্ৰদ্ধা জনায়। অসমীয়াত দিয়া এটা টুইটত তেওঁ কয়, ‘আজি লাচিত দিৱস উপলক্ষে মই বীৰ লাচিত বৰফুকনলৈ শ্ৰদ্ধাঞ্জলি যাচিছোঁ। তেওঁক সাহস আৰু সন্মানৰ মাৰ্গদৰ্শক আৰু অসমৰ বিশাল সংস্কৃতিৰ ৰক্ষক […]