Posted inঅসম

টীয়কৰ ঐতিহাসিক লাচিত মৈদামতো দিনযোৰা কাৰ্যসূচীৰে লাচিত দিৱস উদযাপন

টিয়কঃ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জাতীয় বীৰ লাচিত বৰফুকনৰ স্মৃতি সোঁৱৰিবলৈ উদযাপন কৰা হৈছে লাচিত দিৱস। অদম্য সাহস আৰু ত্যাগৰ প্ৰতীক জাতীয় বীৰজনাৰ আজি ৩৯৯ তম জন্মজয়ন্তী। টীয়কৰ ঐতিহাসিক লাচিত মৈদামতো দিনযোৰা কাৰ্যসূচীৰে আয়োজন কৰিছে লাচিত দিৱসৰ।উল্লেখ্য যে ১৬৭১ খ্ৰী:ত ঐতিহাসিক শৰাইঘাটৰ ৰণত প্ৰৱল প্ৰতাপী মোগল সম্ৰাট ঔৰংগজেৱৰ প্ৰধান সেনাপতি ৰামসিংহক পৰাভূত কৰি বীৰ লাচিতে মাতৃভূমিক […]