Posted inঅসম

উৰুকাৰ নিশা লাহৰীঘাটত ভয়াবহ অগ্নিকাণ্ড

মৰিগাঁও জিলাৰ লাহৰীঘাটত উৰুকাৰ নিশা ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়।কাঠনি গৰমবজাৰত সংঘটিত এই অগ্নিকাণ্ড।বজাৰখনৰ ১১খনকৈ দোকান এই অগ্নিকাণ্ডত ভস্মীভূত হয়। এই অগ্নিকাণ্ডত ফলত প্রায় ১ কোটি টকাৰ সা-সম্পত্তি জুইত জাহ গৈছে।বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড হোৱাৰ সন্দেহ প্ৰকাশ।স্থানীয় ৰাইজ, অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত নিৰ্বাপিত জুই। লগতে পঢ়ক- বিকানেৰ-গুৱাহাটী এক্সপ্রেছ ৰে’ল দুৰ্ঘটনাত নিহতৰ সংখ্যা ৯ জনলৈ বৃদ্ধি