Posted inঅসম

অসম নাগালেণ্ড সীমান্তৰ পুৰণা লাহৰীজানত উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ

পুৰণা লাহৰীজান তহলদাৰী আৰক্ষী চকীৰ এছ আই লুটফুৰ ৰহমান নেতৃত্বত হোৱা এক তালাচীত জব্দ কৰিবলৈ সক্ষম হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ। মনিপুৰৰ পৰা অহা এখন নৈশ বাছত তালাচী চলাই উক্ত ড্ৰাগছ সমুহ উদ্ধাৰ কৰে আৰক্ষীয়ে। বাছখনৰ নম্বৰ AR-20-2700 অতি কৌশলেৰে দুটা চাউলৰ বেগত লৈ অনা হৈছিল উক্ত ড্ৰাগছ সমুহ। ৪৮ টা চাবোনৰ বাকচত প্ৰায় ৫৮৪ গ্ৰাম […]