লখিমপুৰ : অসম-অৰুণাচল প্ৰদেশ সীমান্তত গুলী চালনা। লখিমপুৰ জিলাৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তত সংঘটিত হৈছে গুলী চালনাৰ ঘটনা। ৰঙা সংৰক্ষিত বনাঞ্চলৰ ৰামপুৰ বীটৰ বীট অফিচাৰক লক্ষ্য কৰি গুলী চালনা। লখিমপুৰ জিলাৰ ৰঙা সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত ৰামপুৰত সংঘটিত হৈছে এক গুলী চালনাৰ ঘটনা। ৰঙা সংৰক্ষিত বনাঞ্চলৰ ৰামপুৰ বীটৰ বীট অফিচাৰ বনমালী নৰহক লক্ষ্য কৰি গুলী চালনা কৰা […]