লখিমপুৰৰ পৰা পল্লব মিলি: লখিমপুৰ জিলাৰ বগীনদী উন্নয়নখণ্ডৰ অন্তৰ্গত ভীমপৰা গাওঁ পঞ্চায়তৰ অন্তৰ্গত ভীমপৰা টেঙাখাতত এগৰাকী তিনিটা সন্তানৰ মাতৃৰ অশ্লীল্ল ফটো সামাজিক মাধ্যমত ভাইৰেল হোৱাক লৈ সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ।এই অশ্লীল্ল ফটো সামাজিক মাধ্যমত ভাইৰেল কৰাৰ অভিযোগ জীতেন নৰহ নামৰ এজন বৰ্তমান অৰুণাচল প্ৰদেশত কাম কৰি থকা বিবাহিত লোকৰ বিৰুদ্ধে। দুয়োৰে মাজত […]
Tag: Lakhimpur Police
Posted inঅসম