নিউজডেস্ক: চলিত বৰ্ষৰ ২৯ জানুৱাৰী তাৰিখে নিশা বিহপুৰীয়াৰ সন্তপুৰত ভয়াৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী সংবাদকৰ্মীয়ে। সংবাদকৰ্মী গৰাকীৰ নাম ডলি হাজৰিকা। এখন তীব্ৰবেগী আল্ট্ৰা বাছৰ খুন্দাত এই দুৰ্ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে ডলী হাজৰিকাক চিকিৎসালয়লৈ নিছিল যদিও সংবাদকৰ্মী গৰাকীয়ে মৃত্যুক সাৱটি লয়। উক্ত পথ দুৰ্ঘটনাত ডলী হাজৰিকাৰ সৈতে তেওঁৰ […]