Posted inঅসম

আজি পবিত্ৰ লক্ষ্মী পূৰ্ণিমা: ৰাজ্যজুৰি ধনৰ অধিষ্ঠাত্ৰী দেৱীক পূজা-অৰ্চনা

নিউজ ডেস্কঃ আজি লক্ষ্মী পূজা। ৰাজ্যজুৰি ধনৰ অধিষ্ঠাত্ৰী লক্ষ্মী দেৱীক আৰাধনা কৰিব ভক্তপ্ৰাণ ৰাইজে। শাৰদীয় দুৰ্গোৎসৱৰ পিছতেই আজি লক্ষ্মী বন্দনাৰে মুখৰিত সমগ্ৰ ৰাজ্য। লক্ষ্মী পূজাক কেন্দ্ৰ কৰি ব্যস্ত হৈ পৰিছে সকলো। লক্ষ্মীৰ আশীৰ্বাদ হ’লে ভক্তৰ জীৱন সমৃদ্ধিশালী হয় বুলি এক ধাৰণা বা লোক বিশ্বাস আছে। এই বিশ্বাসক সাৰোগত কৰিয়েই দেৱীৰ আশীষ বিচাৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে […]