বিশিষ্ট সাহিত্যিক ডঃ লক্ষ্মীনন্দন বৰা আৰু নাই। অসমীয়া সাহিত্যজগতৰ অন্যতম কাণ্ডাৰী পদ্মশ্ৰী, সাহিত্য একাডেমী বঁটা প্ৰাপক ড: লক্ষ্মীনন্দন বৰা ছাৰৰ দেহাৱসান ।কিছু সময়ৰ পূৰ্বে শেষ নিশ্বাস ত্যাগ কৰিছে বিশিষ্ট কথাশিল্পীগৰাকীয়ে।কোভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল ডঃ বৰা।আই চি ইউ চিকিৎসাধীন হৈ আছিল সাহিত্যিকগৰাকী।মহানগৰীৰ এক্সেল কেয়াৰ হস্পাতালত ভৰ্তি হৈ আছিল তেওঁ। প্ৰথিতযশা কথাশিল্পী, ‘গঙা চিলনীৰ পাখি’, […]