Posted inঅসম

লাকুৱাত জলসিঞ্চন আঁচনি উদ্বোধন

সোণাৰিঃ লাকুৱাত জলসিঞ্চন আঁচনি উদ্বোধন। অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ সৌৰশক্তি চালিত নলীনাদ আঁচনি – ‘প্ৰধানমন্ত্ৰী কৃষি সঞ্চয় যোজনা’ৰ অধীনত চৰাইদেউ জিলাৰ লাকুৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত লাসংগীয়া টিপমীয়া গাওঁত স্থাপন কৰা জলসিঞ্চন আঁচনি সোমবাৰে উদ্বোধন কৰে অসমৰ ৰাজহ, দুৰ্যোগ ব্যৱস্থাপনা আদি বিভাগৰ মন্ত্ৰী যোগেন মহনে । আৰু পঢ়কঃভাতৃ-ভগ্নীৰ মৃতদেহ উদ্ধাৰ : মূল অভিযুক্ত আলিউল ইছলামৰ ৰহস্যজনক […]