Posted inদেশ-বিদেশ

চাৰ্কিট হাউচত অগ্নিকাণ্ড:কোনোমতে প্ৰাণ ৰক্ষা পৰিল লালু প্ৰসাদৰ

নিউজ ডেস্কঃ ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কোনোমতে প্ৰাণ ৰক্ষা পৰিল বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আৰজেডি দলৰ মুৰব্বী লালু প্ৰসাদ যাদৱৰ। নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰা ১৩ বছৰীয়া পুৰণি এক গোচৰত বিশেষ আদালতত হাজিৰ হ’বলৈ সোমবাৰে ঝাৰখণ্ডৰ পালামুৰ জিলাৰ উপস্থিত হৈছিল ৭৩বছৰীয়া লালু প্ৰসাদ যাদৱ। লালু প্ৰসাদে পালামুৰ জিলাৰ সদৰ মেদিনীনগৰৰ চাৰ্কিট হাউচত নিশা কটাইছিল । মঙলবাৰে […]