Posted inদেশ-বিদেশ

ধাৰাসাৰ বৃষ্টিপাতৰ ফলত নেপালত ভূমিস্খলন: নিহত ১৭ জন, আহত বহুকেইগৰাকী

নিউজ ডেস্কঃ চুবুৰীয়া ৰাষ্ট্ৰ নেপালত পৰি থকা নেৰা-নেপেৰা বৰষুণৰ ফলত হোৱা ভূমিস্খলনত কমেও ১৭ জন লোকৰ মৃত্যু হৈছে। যোৱা কেইবাদিনো ধৰি নেপালৰ বিভিন্ন ঠাইত ধাৰাসাৰ বৰষুণ হৈছে। বৰষুণৰ ফলত সুদুৰপাচিম প্ৰদেশৰ আচ্ছাম জিলাৰ বিভিন্ন স্থানত ভূমিস্খলন সংঘটিত হৈছে। কাৰ্যকৰী মুখ্য জিলা দণ্ডাধীশ দীপেশ ৰিজালে কয় যে জিলাখনত ভূমিস্খলনৰ ফলত ১৭ জন লোকৰ মৃত্যু হৈছে। ভূমিস্খলনত […]