Posted inNews

জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ ভূমিস্খলন

জম্মু-কাশ্মীৰৰ ৰামবন জিলাত ভয়াৱহ ৰূপ ধাৰণ কৰে ভূমিস্খলনে। জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হোৱা এই ভয়াৱহ ভূমিস্খলনত এগৰাকী লোক নিহত হোৱাৰ লগতে আন ছয়গৰাকী লোক আহত হয়।ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত থকাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথত যাতায়ত বন্ধ কৰি দিয়া হৈছে বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে।ৰামবনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক মোহিতা শৰ্মাই ঘটনা সন্দৰ্ভত উল্লেখ কৰা মতে, ৰামবনৰ ছেৰী গাঁৱৰ […]