Posted inঅসম

সুৰ সম্ৰাজ্ঞী লতা মংগেশকাৰলৈ খুমটাইত বিভিন্ন জনৰ শ্ৰদ্ধাঞ্জলী

কমাৰগাঁও (গোলাঘাট): সুৰ সম্ৰাজ্ঞী, ভাৰত ৰত্ন লতা মংগেশকাৰৰ মহা প্ৰয়াণত সমগ্ৰ দেশ শোকস্তব্ধ হোৱাৰ লগতে গোলাঘাট জিলাৰ খুমটাইটো শিল্পীগৰাকীৰ বিদেহ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা কৰা দেখা গৈছে। আজি খুমটাইত খুমটাই আঞ্চলিক কৃষক আৰু জব-কাৰ্ড শ্ৰমিক সন্থাৰ উদ্যোগত খুমটাই ৰাজহুৱা জলধাৰা আঁচনিৰ চৌহদত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত বিভিন্ন জনে গীতৰ জৰিয়তে সকলো স্তৰৰ লোকৰ হৃদয়ত স্থান দখল […]