Posted inমুখ্যপৃষ্ঠা

ভাৰতৰত্ন লতা মংগেশকাৰলৈ যাচোঁ প্ৰণাম

ৰাজৰ্ষি চহৰীয়া ভাৰতৰত্ন লতা মংগেশকাৰৰ আজি ৯৩ সংখ্যক জন্মজয়ন্তী। কেইবাদশক ধৰি সংগীতজগতখনক ইটোৰ পাছত সিটোকৈ গীত দি আহিছিল এইগৰাকী কন্ঠশিল্পীয়ে। কিন্তু আজি এইগৰাকী কোকিলকন্ঠী গায়িকা আমাৰ মাজত নাই। চলিত বৰ্ষৰ ৬ ফেব্ৰুৱাৰীত মোম্বাইৰ ব্ৰীছ কেণ্ডি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছিল।  লতা মংগেশকাৰক সকলোৱে লতা দিদি বুলিয়েই মাতিছিল। তেওঁ ৩৬শৰো অধিক ভাষাৰ গীতত কৰিছিল কন্ঠদান । […]