নিউজ ডেস্ক: সোমবাৰে নিশা লতাশিল বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞী, বিহু ৰাণী আৰু বিহু কুঁৱৰী প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। এইবাৰ লতাশিল বিহু সন্মিলনীৰ ২০২৩ বৰ্ষৰ ‘বিহু সম্ৰাজ্ঞী’ৰ খিতাপ দখল বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ৭ গৰাকী বিহুতীয়ে অংশগ্ৰহণ কৰে। গোটেই ৭ গৰাকীৰ ভিতৰত ২০২৩ বৰ্ষৰ ‘বিহু সম্ৰাজ্ঞী’ৰ খিতাপ কাহিলীপাৰাৰ প্ৰতীক্ষা ৰাণী বৰগোঁহাঞিয়ে অৰ্জন কৰিবলৈ সক্ষম হয়। […]