Posted inঅসম

লিডুত ৰহস্যজনকভাৱে যুৱতীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা: এগৰাকী সুন্দৰী যুৱতীৰ মৃতদেহ উদ্ধাৰ ঘটনাই সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। আজি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত ইটাখোলা অঞ্চলৰ এগৰাকী প্ৰায় ২০বছৰীয়া যুৱতীৰ অস্বাভাৱিক অৱস্থাত মৃতদেহ উদ্ধাৰ ঘটনাই সমগ্ৰ অঞ্চলত সৃষ্টি হৈছে। লিডু আৰক্ষী চকীৰ পৰা প্ৰায় ১০০মিটাৰ নিলগত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। ঘটনাৰ […]