Posted inঅসম

শিহৰণকাৰী দৃশ্যঃ কাজিৰঙাৰ এনিমেল কৰিড’ৰত নাহৰফুটুকীয়ে খুন্দিয়ালে চাইকেল আৰোহীক

স্বপন নাথ, কাজিৰঙা: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেদি যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেদি চলাচল কৰোতে এতিয়া সকলো পথচাৰী সাবধান হ’বৰ হ’ল। কোন মুহূৰ্তত বন্যপ্ৰাণীয়ে আক্ৰমণ কৰিব বা মুখামুখী হ’ব তাৰ কোনো ঠিক নাই। ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথত কাজিৰঙাৰ গঁড়ে কেইবাটাও দুৰ্ঘটনা সংঘটিত কৰাৰ পিছত অলপতে এটা নাহৰফুটুকীয়ে এজন চাইকেল আৰোহীক তীব্ৰ বেগেৰে খুন্দা মৰাৰ ঘটনা সংঘটিত হৈছে। বন বিভাগৰ […]