Posted inঅসম

অসমবাসীক বৃদ্ধাগুচ্ছ দেখুৱাই ভাৰতৰত্ন নাম আঁতৰাই আদানী নামত বিমান বন্দৰ

ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ নামেৰে থকা অসমৰ একমাত্ৰ বিমানবন্দৰটো এতিয়া আদানীৰ নামত । চৰকাৰে বিমানবন্দৰটো আদানী গ্ৰুপক গটাই দিয়াৰ পিছতেই কোম্পানীটোৱে নিজৰ নাম লিপিবদ্ধ কৰে । ৰাজ্য চৰকাৰে অসমৰ নমস্য ব্যক্তি গৰাকীৰ নাম আতৰাই পেলোৱাৰ পিছতো মৌনতা অবলম্বন কৰি আছে । ৰাজনৈতিক দল সমূহে ইয়াক লৈ প্ৰতিবাদ কৰিছিল যদিও চৰকাৰে বিষয়টোক লৈ গুৰুত্ব নিদিলে । লগতে […]